NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ৰামায়ণ, মহাভাৰত
NCERTৰ উচ্চস্তৰীয় কমিটীৰ এই গুৰুত্বপূৰ্ণ পৰামৰ্শ
পাঠ্যক্ৰমৰ ইতিহাস বিষয়ত অন্তৰ্ভুক্ত হ’ব ৰামায়ণ, মহাভাৰত
সকলো শ্ৰেণীকোঠাতে লিখা থাকিব সংবিধানৰ মূল প্ৰস্তাৱনাও
আঞ্চলিক ভাষাতো লিখা হ’ব সংবিধানৰ প্ৰস্তাৱনা
বিদ্যালয়ৰ শ্ৰেণীকোঠাতো সংবিধানৰ প্ৰস্তাৱনা লিখাৰ পৰামৰ্শ কমিটীৰ
NCERTৰ পাঠ্যক্ৰমৰ কিতাপত INDIAৰ সলনি ভাৰত লিখাৰ পৰামৰ্শ
দেশৰ হিন্দু যোদ্ধাসকলৰ বীৰগাঁথা সন্নিবিষ্ট কৰাৰ পৰামৰ্শ
নতুন শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে গঠন হৈছিল ১৯জনীয়া কমিটী
- Today is: