পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত পঞ্চম সংখ্যক উত্তৰ-পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।
পাব্লিক ৰিলেশ্ব্যন চছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত ৮ জানুৱাৰীত গুৱাহাটী মহানগৰীত আয়োজন কৰা হৈছে পাব্লিক ৰিলেশ্ব্যন কনক্লেভ। মহানগৰীৰ লেণ্ডমাৰ্ক হোটেলত পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক উত্তৰ-পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।
এই পাব্লিক ৰিলেশ্ব্যন কনক্লেভত আলোচিত হ’বলগীয়া বিষয় হৈছে “পি আৰ ইন এক্সন ডিউৰিং ডিজাষ্টাৰ টাইমচ।”