Akashvani Radio

বন্ধ নহয় আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ। আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ বন্ধ হোৱাক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে অৱশেষত আহিল ভাল খবৰটো।

শুকুৰবাৰে, আকাশবাণী গুৱাহাটীলৈ দিল্লীৰ চিঠি। প্ৰসাৰ ভাৰতীৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিলে বিশেষ চিঠিখন। মিডিয়াম ৱেভ বন্ধ নকৰিবৰ বাবে এই নিৰ্দেশ প্ৰদান কৰে প্ৰসাৰ ভাৰতীয়ে।