Assam State Zoo cum Botanical Garden

গুৱাহাটী চিৰিয়াখানাত অঘটন!

এজনী জিৰাফৰ মৃত্যু হয় কালি নিশা চিৰিয়াখনাত।

মাইকী জিৰাফ জনীৰ ফাচি লাগি মৃত্যু হোৱাৰ অভিযোগ।

দানা খোৱা স্থানত ফাচি লাগি মৃত্যু হয় জিৰাফ জনীৰ।

ডেৰ বছৰ পূৰ্বে বেংগলৰৰ চিৰিয়াখানৰ পৰা আনিছিল দুটা জিৰাফ।

DFO অশ্বিনী কুমাৰৰ গুৰুত্বহীনতাৰ বাবেই জিৰাফ জনীৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে।

নিশা ১০.৩০ বজাতেই মৃত্যু হৈছিল জিৰাফ জনীৰ।

কৰ্তব্যৰত কৰ্মচাৰীয়েও দেৰিকৈহে গম পাই জিৰাফ জনীৰ মৃত্যুৰ খবৰ।