অনলাইন গ্ৰোচাৰী ডেলিভাৰী ফাৰ্ম গ্ৰোফাৰ্ছে ১০মিনিটৰ ভিতৰত গ্ৰোচাৰী ডেলিভাৰী স্থানত পোৱাবৰ বাবে ব্লিঙ্কিট হিচাপে ৰিব্ৰেণ্ড কৰিছে।
প্ৰতিষ্ঠানটোৱে ১০ মিনিট বা তাতকৈ কম সময়ত সামগ্ৰী বিতৰণ কৰাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰাৰ কেইমাহমান পিছত ৰিব্ৰেণ্ডিং টো আহিছে।