Nemcare Hospital

নেমকেয়াৰৰ হাস্পতালৰ কাৰ্ডিঅ’ল’জী বিভাগৰ বিশেষ সাফল্য। বিভাগটোৱে সুকলমে সম্পন্ন কৰিলে হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ, Transcatheter Aortic Valve Implantation চমুকৈ TAVI।

যোৱা মাহতে, বেলা বিশ্বাস নামৰ এগৰাকী ৭১ বছৰীয়া মহিলাক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত। মহিলাগৰাকীৰ জটিল অস্ত্ৰোপচাৰ চলাইছিল কাৰ্ডিঅ’ল’জী বিভাগৰ এটা দলে। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত মহিলাগৰাকীৰ শৰীৰৰ ওজন আছিল মাত্ৰ ২৭ কেজি.। অৱশেষত, হাৰ্টৰ ভালভৰ চিভিয়াৰ ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ ব্যয়বহুল অস্ত্ৰোপচাৰ সম্পন্ন কৰে নেমকেয়াৰ হাস্পতালে।