Ladakh Tour

দুই অসমীয়া বাইক আৰোহীয়ে অসমলৈ কঢ়িয়াই আনিলে বিশেষ সফলতা

পূব লাডাখৰ উমলিং পাছ পৰিভ্ৰমনেৰে ভংগ কৰিলে অভিলেখ 

 বিশ্বৰ আটাইতকৈ উচ্চ স্থানৰ মটৰ বাইকেৰে আৰোহণ কৰিব পৰা ঠাই উমলিং পাছ 

অসমৰ দুই সন্তান বেদান্ত ৰাজখোৱা আৰু মীনাক্ষী দাসে পৰিভ্ৰমণ কৰি দেখুৱালে সাহসীকতাৰ অন্যতম পৰিচয় 

দুইগৰাকী অসম সন্তান উত্তৰ-পূব ভাৰতৰ ভিতৰতে প্ৰথম মটৰ বাইক আৰোহী

অসমৰ জীয়ৰি মীনাক্ষী দাস বিশ্বৰ দ্বিতীয় গৰাকী মহিলা বাইক আৰোহী 

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১দিনৰ ভিতৰতে লাভাখৰ এই শীষৰ আৰোহণ কৰি দেশৰ মটৰ বাইক আৰোহী সকলক উৎসাহিত কৰি তুলিছে