UB Photos

শিক্ষা বিভাগত বৃহৎ নিযুক্তি ৰাজ্য চৰকাৰৰ। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত বুধবাৰে ৮ হাজাৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিয়ুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বহুদিনৰ তপস্যাৰ মূৰত এক লক্ষ্যত উপনীত হৈছোঁ। এটকাও নিদিয়াকৈ চাকৰি এটা পালে এয়া এক প্ৰাপ্তি। আমি এতিয়াও লক্ষ্যত উপনীত হোৱাৰ কথা ভাবিব নালাগে, আমাৰ নতুন নতুন লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব লাগিব’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰতিটো টেট পৰীক্ষাত নিম্ন, মধ্য বিত্ত ল’ৰা-ছোৱালীয়ে চাকৰি লাভ কৰিছে। ২১ চনত আৰক্ষীৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ, স্বচ্চতা অনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। বিধানসভাত মোক সমা