৭ বছৰ আগৰ সেই অভিশপ্ত দিনটোৰ কথা সকলোৰে মনত আছে। UB Photos June 08 / 2025 ৭ বছৰ পূৰ্বে মানুহৰূপী একাংশ দানৱৰ বৰ্বৰ আক্ৰমণত মৃত্যু হৈছিল ২ প্ৰতিভা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ। আজিও ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া ২ পৰিয়াল। ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ আজিও নাপালে ন্যায় Tags Ubwire UBNews Abhijit Neel Assam News Read more about ৭ বছৰ আগৰ সেই অভিশপ্ত দিনটোৰ কথা সকলোৰে মনত আছে।Log in to post comments