অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা।
কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত ভৰ্তি হৈ আছিল কণ্ঠশিল্পীগৰাকী। বৃহস্পতিবাৰে হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় কণ্ঠশিল্পী জুবলীক।
সুস্থ হৈ আহিয়ে ছচিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ বিষয়ে সবিশেষ জনাই জুবলীয়ে।
উল্লেখ্য যে, যোৱা ৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল জুবলী । মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবলী। কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত ভুগিছিল কণ্ঠশিল্পী জুবলী।
হাস্পতালৰ পৰা ৰিলিজ লোৱাৰ পিছতে জুবলীয়ে ছচিয়েল মিডিয়াত এইবুলি লিখে,
- Log in to post comments