মহানগৰীৰ লালগনেশত দিনযোৰাকৈ বিনামুলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয়।
সনাতন ডেকা বজাৰৰ ব্যবসায়ীৰ উদ্যোগত বিনামুলীয়াকৈ চিকিৎসা আৰু ঔষধ বিতৰন অনুস্থান কৰা হয়।
প্ৰায় দুই শতাধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰে অভিজ্ঞ চিকিৎসকে।
পুৰ্বেও বহু সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে শ্বহীদ সনাতন ডেকা বজাৰৰ ব্যবসায়ী সকলে। অঞ্চলটোৰ আৰ্থিক ভাৱে পিছপৰা পুৰুষ মহিলা সকলক চিকিৎসা সেৱাৰ লগতে কেইবাটাও বিনামুলীয়াকৈ পৰীক্ষা সম্পন্ন কৰে।
উল্লেখযোগ্য যে শ্বহীহ সনতান ডেকা বজাৰৰ ব্যবসায়ী সকলে আৰ্থিক ভাবে দুৰ্বল লোক সকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে।
- Log in to post comments