১ জুলাইৰ পৰা বৃদ্ধি হ’ব যাত্রীবাহী বাছৰ ভাড়া

Bus Fares Likely to Increase in Assam from July 1

১ জুলাইৰ পৰা বৃদ্ধি হ’ব  যাত্রীবাহী বাছৰ ভাড়া

৭০ শতাংশ বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহন সন্থাৰ

বাছ ভাড়া ৭০% বৃদ্ধিৰ প্রস্তাৱক সমৰ্থন নামনি অসমৰ জিলা বাছ সন্থাৰ

যাত্ৰীসকল উঠা-নমাৰ ক্ষেত্ৰত ন্যূনতম ভাড়া হ’ব ২০ টকা

ইন্ধনৰ লগতে বাছৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত

নামনি অসমৰ সকলো জিলা বাছ সন্থাৰ এই সিদ্ধান্ত
 

Category