আজি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা
নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ পালন কৰক ধৰিত্ৰী ঘণ্টা
এঘণ্টাৰ বাবে অপ্রয়োজনীয় আলোক-বন্তিসমূহ জ্বলোৱাৰ পৰা বিৰত থাকক
ধৰিত্ৰীৰ বাবে উৎসর্গিত ৬০ মিনিটৰ আপুনিও অংশীদাৰ হওক
আহক, আমি সকলোৱে মাতৃ ধৰিত্ৰীৰ বাবে এঘণ্টা সময় দিওঁ
পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ বাবে এই আহ্বান অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ
WWF ৰ উদ্যোগত এই বিশ্বব্যাপী কার্যসূচী
Category
- Log in to post comments