মধ্য গুৱাহাটী সমষ্টিত আজি নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে

amit shah assam visit

আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

নিৰ্বাচনী প্ৰচাৰৰ বাবে বাবে অসমলৈ আহিব অমিত শ্বাহ

মধ্য গুৱাহাটী সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাব শ্বাহে

আজি বিয়লি ৫ বজাত গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা লালগণেশলৈ হ’ব ৰোড শ্ব’

মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

হোটেল ভিভাণ্টাত ৰাজ্যিক বিষয়ববীয়াৰে বৈঠকত অংশ ল’ব

কাইলৈ ঢেকীয়াজুলি, টিহু সমষ্টিত অমিত শ্বাহৰ বিশাল জনসভা

ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ চলাব প্ৰচাৰ

টিহুৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

Category