BJPৰ প্ৰাৰ্থীৰ তালিকাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ১৪ মাৰ্চৰ পাছত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতহে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা।
উল্লেখ্যে যে ১৪ মাৰ্চত বৰাকলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাঁচগ্ৰামৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ হাইৱে’ৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে। শিলচৰৰ উৰণসেতুৰ আধাৰশিলাও কৰিব প্ৰধানমন্ত্ৰীয়ে। এই কথা জনাই মুখ্যমন্ত্ৰীয়ে।
Category
- Log in to post comments