হাতত হেংদাং লৈ চৰাইদেউ মৈদামত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma

হাতত হেংদাং লৈ চৰাইদেউ মৈদামত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হয়।

উপস্থিত হৈ।চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উন্মোচন কৰে মৈদাম ক্ষেত্ৰত UNESCOৰ স্বীকৃতি ফলক।

উল্লেখ্য যে, ২০২৪ চনৰ ২৬ জুলাইত চৰাইদেউ মৈদাম সমূহে ইউনেস্ক'ৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইউনেস্ক'ৰ স্বীকৃতি পত্ৰৰ স্মাৰক ফলক (Plaque) মৈদাম ক্ষেত্ৰত উন্মোচন কৰাৰ লগতে বানফী পূজাতো অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Category