মহানগৰীৰ লখৰা বজাৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা ,আটক সৰবৰাহকাৰী

guwahati

মহানগৰীৰ লখৰা বজাৰত গড়চুক আৰক্ষী আৰু SOG ৰ অভিযান।

অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ।

অভিযানত এজন সৰবৰাহকাৰীক আটক ।

আটকাধীন সৰবৰাহকাটো তাহেৰ আলি বুলি জানিব পৰা গৈছে

জানিব পৰা মতে, জব্দকৃত গাঞ্জখিনি গড়চুকৰ পৰা লখৰলৈ আনিছিল।

Category