পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত

Boragaon

পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত ।

বৰাগাঁৱৰ Sarma Parking সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

পাৰ্কিংত আছিল বহু বাণিজ্যিক বাহন ।

বিতুমিনৰ কেমিকেলৰ পৰা অগ্নিৰ সূত্ৰপাত ।

অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম ঘটনাস্থলীত।

Category