UB Photos October 07 / 2025 জুবিন গাৰ্গৰ ২ দেহৰক্ষীক নিলম্বন। দুয়োৰে একাউণ্টত ১ কোটিৰো অধিক ধনৰ লেনদেন হোৱাৰ অভিযোগ। দুয়োকে এছ আই টিয়ে চলাইছিল জেৰা। জেৰাৰ অন্তত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ PSO পৰেশ বৈশ্য আৰু কনিষ্টবল নন্দেশ্বৰ বৰাক নিলম্বন। Category News Tags UB media UB News UB Photos Log in to post comments