১ জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নতুন নিয়ম....

driving licence

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ নতুন নিয়ম
১ জুনৰ পৰা কাৰ্যকৰী হ’ব নতুন নীতি-নিৰ্দেশনা
ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নতুন নিয়ম
পৰিবহণ কাৰ্যালয়ৰ পৰিৱৰ্তে লাইচেন্স দিব পাৰিব ব্যক্তিগত স্কুলে
চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব ব্যক্তিগত ড্ৰাইভিং স্কুল
সহজ আৰু সুবিধাজনক হ’ব ড্ৰাইভিং লাইচেন্স পোৱাৰ ক্ষেত্ৰত
লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব ২ হাজাৰ টকা
লাৰ্ণাৰ লাইচেন্সৰ বাবে সৰ্বমুঠ ২৫০ টকাৰ মাচুল আদায় দিব লাগিব
আন্তৰ্জাতিক ড্ৰাইভিং অনুমতিৰ বাবে দিব লাগিব এহেজাৰ টকা

Category