এইবাৰ চোৰে লৈ গ'ল নিৰাপত্তাৰক্ষীৰ পোছাক! বিধায়ক শ্বেৰমান আলী আহমেদৰ আৱাসত চোৰ....

sherman

হাই ছিকিউৰিটী জ’নতো এইবাৰ চোৰৰ চাফাই
দিছপুৰৰ বিধায়ক আৱাসত চুৰিৰ চাঞ্চল্যকৰ ঘটনা
বিধায়ক শ্বেৰমান আলী আহমেদৰ আৱাসত চোৰ
বিধায়কগৰাকীৰ PSOৰ কোঠাত চোৰৰ প্ৰৱেশ
চোৰে নিলে ২০ জাঁই গুলীসহ মেগজিন
নিৰাপত্তাৰক্ষীৰ পোছাকো নিলে চোৰে
বিধায়ক আৱাসত চুৰিকাণ্ডক লৈ চাঞ্চল্য
দিছপুৰ থানাত এজাহাৰ দাখিল বিধায়কগৰাকীৰ
শ্বেৰমান আলীৰ আৱাসত আৰক্ষীৰ শীৰ্ষ বিষয়া
দিছপুৰত উপস্থিত DCP মৃণাল ডেকা
শ্বেৰমানৰ আৱাসত ADCP মৈত্ৰেয়ী ডেকা
দিছপুৰৰ চুৰিকাণ্ডই কঁপাইছে মহানগৰ আৰক্ষীক
মহানগৰীত চোৰে লটিঘটি কৰিছে সৰ্বসাধাৰণক
প্ৰতিদিনেই মহানগৰীত চুৰিকাৰ্য
চোৰ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ মহানগৰ আৰক্ষী

Category
Profile picture for user UB Photos