আজি দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন....

assam

আজি দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন

১৩ ৰাজ্যৰ ৮৯খন আসনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

ৰাজ্যৰ ৫ সংসদীয় সমষ্টিতো ভোটগ্ৰহণ

৭ বজাৰ লগে লগে আৰম্ভ ভোটদান প্ৰক্ৰিয়া

দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জত আজি ভোট

নগাঁও, ডিফুতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত

৭৭,০৯,২৭৬ ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য

৯,১৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ

সন্ধিয়া ৫ বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া!

Category
Profile picture for user UB Photos