১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং UB Photos February 03 / 2026 ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীব। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। ইতিমধ্যে সাজু হৈ উঠিছে বহু প্ৰত্যাশিত দলংখন। শেষ পৰশ দিয়া হৈছে নিৰ্মাণৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙত। বৰ্তমান চলি আছে বৈদ্যুতিকৰণ, ৰং আৰু ছাইড ৰেলিঙৰ কাম। Tags UB media Narendra Modi UB Photos Read more about ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংLog in to post comments