অসম জাতীয় পৰিষদৰে আসন বুজাবুজি সম্পন্ন কংগ্ৰেছৰ। দিল্লীৰ পৰাই APCCৰ নেতৃত্বই সম্পন্ন কৰিলে বুজাবুজি।
আসন বুজাবুজিৰ পিছতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা প্ৰকাশ।
প্ৰকাশ কৰা তালিকা অনুসৰি....
খোৱাঙত AJPৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ,
শদিয়াত জগদীশ ভূঞা,
ডিব্ৰুগড়ত মৈনাক পাত্ৰ,
ধেমাজিত নৰেন পাও,
মাহমৰা মাণিক গগৈ।
সৰুপথাৰত জীৱন চুতীয়া,
বজালীত দিলীপ বৰুৱা,
বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী,
মৰিগাঁও বাণী দাস,
পলাশবাৰীত AJPৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী।