খেলুৱৈৰ চকুত নপৰিবৰ বাবে নহয় অতিথিক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ভৰলুক ঢাকিছে GMC য়ে

Bharalu

যোৱা ৫ এপ্ৰিলত বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল IPL। আৰ তেনেক্ষণতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এখন বিশেষ ফটো। লগতে প্ৰচাৰ হৈছিল খেলুৱৈসকলে ভৰলু নদীৰ লেতেৰা ৰূপ  নেদেখিবৰ বাবে ত্ৰিপালেৰে ঢাকি ৰাখিছিল লেতেৰা ভৰলু নদীক।

1

কিন্তু আজি GMC য়ে টুইটৰ যোগেদি জনায় যে - খেলুৱৈৰ চকুত নপৰিবৰ বাবে নহয় অতিথিক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ভৰলুক ঢাকি ৰাখিছে GMC য়ে।

Category