সাংসদ পদ খাৰিজৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে ৰাহুল গান্ধীয়ে

সাংসদ পদ খাৰিজৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে ৰাহুল গান্ধীয়ে

দিল্লীত ৰাহুল গান্ধীৰ সংবাদমেল। সাংসদ পদ খাৰিজৰ পাছতে প্ৰথমবাৰলৈ সংবাদমেল। 


‘ভাৰতত গণতন্ত্ৰত আক্ৰমণ চলিছে’
‘প্ৰতিদিনে ইয়াৰ নতুন নতুন উদাহৰণ দেখিছো’
‘আদানিৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰ নাপালো’
‘আদানিৰ ভুৱা কোম্পানীত ২০ হাজাৰ টকা বিনিয়োগ’
‘মই মোদী আৰু আদানিৰ সম্পৰ্কক উদঙাই দেখুৱাইছো’
‘মই প্ৰশ্ন কৰা বন্ধ নকৰোঃ ৰাহুল গান্ধী’
‘অধ্যক্ষই মোক কোৱাৰ অনুমতি নিদিলে’
‘লোকসভাৰ কাৰ্যক্ৰমণিকাৰ পৰা মোৰ বক্তব্য উঠাই দিয়া হৈছিল’ 
‘মই সকলো কথা তথ্য প্ৰমাণ সহকাৰে দিম’
‘অধ্যক্ষক মই সকলো কথা লিখিতভাৱে জনাইছিলো’
‘আদানি কোম্পানীলৈ ক’ৰ পৰা আহিছিল টকা’

Category