UB Photos March 20 / 2023 এজাক বৰষুণতে ডুবে স্মাৰ্ট চিটি। আজিও এজাক সাধাৰণ বৰষুণতে কৃত্ৰিম বানে দেখা দিলে হাতীগাঁৱত। বানৰ মাজতে এজন পিতৃয়ে এনেদৰেই সন্তানক বিদ্যালয়লৈ লৈ যোৱাও পৰিলক্ষিত হয়। Category News Tags UB Photos UB News Assam Assamese News Log in to post comments