গা শিয়ৰি উঠা ঘটনা! চকুৰ সন্মুখতে ছুৰীৰে আক্ৰমণ ৮ বছৰীয়া শিশুক, চিকিৎসালয়ত মৃত্যু শিশুটিৰ

Silchar

শিলচৰ ওয়াটাৰ ওয়াৰ্কছ ৰোডত ৮ বছৰীয়া শিশুক ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ। ৰাজপথতে শিশুটিক টানি চোচৰাই নি আক্ৰমণ। অপু মজুমদাৰ নামৰ এজনক আটক কৰে আৰক্ষীয়ে।শিলচৰ মধুৰবন্ধৰ পৰা আটক কৰা হৈছে অপুক ৷আৰু বাকী কেইজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত ৷

৮ বছৰীয়া শিশু আইয়ান মঞ্জুৰক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। কিন্তু দুৰ্ভাগ্য চিকিৎসালতে মৃত্যু ঘটে শিশুটোৰ৷

Category