‘পিছফালৰ পৰা আহি গোপন অংগত স্পৰ্শ কৰে স্কুটীত অহা আৰোহীয়ে’, মহানগৰীত সুৰক্ষিত নহয় যুৱতী-মহিলা।

Harassment

মহানগৰীত সুৰক্ষিত নহয় যুৱতী-মহিলা। মহানগৰীত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনা। উজানবজাৰৰ যোৰপুখুৰী পাৰত নিৰ্যাতনৰ বলি যুৱতী। টুইটযোগে ভুক্তভোগী যুৱতীয়ে জনালে অসম আৰক্ষীক। স্কুটীত অহা আৰোহীয়ে হাৰাশাস্তি কৰা অভিযোগ। সন্ধিয়া হ’লেই যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ। পিছফালৰ পৰা আহি গোপন ঠাইত স্পৰ্শ কৰাৰ অভিযোগ যুৱতী গৰাকীৰ। নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ যুৱতীসকল। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী, আৰু জি পি সিঙক।

Category