দাম বাঢ়িব ছিগাৰেট, সুৰাৰ! আৰু কি কি বস্তুৰ দাম বাঢ়িব জানো আহক

Budget 2023

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। বিভিন্ন বস্তুৰ দাম বাঢ়িছে এই বাজেটত। চাও আহক কি কি বস্তুৰ দাম বাঢ়িব-

১. আমদানি কৰা ৰূপৰ সামগ্ৰী
২. বিদেশী পাকঘৰৰ চিমনি
৩. এক্স-ৰে মেচিন
৪. প্লেটিনাম
৫. চিগাৰেট
৬. সুৰা
৭. ছাতি
৮. সোণ
৯. হীৰা

Category