‘চাৰি দিনৰ বাবে ছুটী লৈ ঘৰ গৈছিল তাই, কিন্তু নিষ্ঠুৰ নিয়তিয়ে একেবাৰেই কাঢ়ি লৈ গ’ল তাইক’

RIP Dolly

বিহপুৰীয়াৰ পাঁচআলিত শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত সংবাদকৰ্মী ডলি হাজৰিকাৰ। ‘প্ৰথম খবৰ’ত কৰ্মৰত আছিল ডলি। যোৱা ২৬ জানুৱাৰীত মামাকৰ বিয়াৰ বাবে ছুটী লৈ ঘৰ গৈছিল ডলি হাজৰিকা। মাংস আনিবলৈ পিতৃৰ সৈতে গৈছিল ডলি। এখন আল্ট্ৰা বাছে মহতিয়াই নিলে পিতৃ-কন্যাক। এগৰাকী নিষ্ঠাৱান সংবাদকৰ্মীক হেৰৱাই এতিয়া মৰ্মাহত সকলো।

Category