এইবিধ খাদ্য খাওক! বহু গুণে হ্ৰাস কৰিব হাৰ্ট এটেকৰ আশংকা

Suji

হাৰ্ট এটেক যিকোনো মানুহৰ বাবে বিপজ্জনক। সেয়ে এনে বিপদৰ পৰা সতৰ্ক হোৱাটো উচিত। হাৰ্ট এটেকৰ দৰে গুৰুত্বৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুজি খাবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্য বিশেষজ্ঞ সকলে।চুজিত কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, প্ৰ’টিন, ভিটামিন ‘এ’, ৰিবোফ্ল’বিন বি 2, ফলিট বি৯, মেগনেছিয়াম, কেলচিয়াম, আইৰণ,পটাছিয়াম, ছ’ডিয়াম, ডিংক আদি থাকে। এইবোৰ উপাদানে শৰীৰ সুস্থ ৰখাত সহায় কৰে। তদুপৰি চুজিত কলেষ্টৰেল নাথাকে। ফলত ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

Category