ভেকচিন লৈছিল নেকি আপুনি? ভেকচিনৰ আছে চাইড এফেক্ট! চৰকাৰেও স্বীকাৰ কৰিলে এই কথা

Covid

ICMR, CDSCOৰ উদ্বেগজনক তথ্য। ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ চৰকাৰৰ। আনুষ্ঠানিকভাৱে স্বীকাৰ দুটাকৈ চৰকাৰী সংস্থাৰ। RTIৰ উত্তৰত স্বীকাৰ কৰিলে পাৰ্শ্বক্ৰিয়াৰ কথা। পুনেৰ এজন ব্যৱসায়ীয়ে কৰিছিল আবেদন। ক’ভিশ্বিল্ড, ক’ভোভেক্স, ক’ভাক্সিনৰ আছে পাৰ্শ্বক্ৰিয়া। স্পুটনিক ভি, ক’ৰ্বেভেক্সৰো পাৰ্শ্বক্ৰিয়া স্বীকাৰ চৰকাৰৰ। পাৰ্শ্বক্ৰিয়াৰ লক্ষণসমূহ- হাত, ভৰিত বিষ অনুভৱ, চকুৰ বিষ, দৃষ্টিশক্তি হ্ৰাস, বমি, পেটৰ বিষ, খজুৱতি, জ্বৰ, চৰ্দি, মূৰৰ বিষ, এলাহ ভাৱ, মানসিক স্থিতিৰ পৰিৱৰ্তন, হতাশা।  

Category