আজি গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Gujarat Election

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। ১৯ জিলাৰ ৮৯টা সমষ্টিত ভোটগ্ৰহণ। আজি EVMত বন্দী হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰথম পৰ্যায়ত মুঠ ভোটাৰ ২,৩৯,৭৬,৬৭০গৰাকী। পুৰুষ ভোটাৰ ১,২৪,৩৩,৩৬২জন। মহিলা ভোটাৰ ১,১৫,৪২,৮১১গৰাকী। মুঠ ১৪,৩৮২টা ভোটকেন্দ্ৰত হৈছে ভোটগ্ৰহণ। সন্ধিয়া ৫ বজালৈকে চলিব ভোটগ্ৰহণ। ৫ ডিচেম্বৰত ৯৩টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধত অৱতীৰ্ণ হ’ব ৮৩৩ প্ৰাৰ্থী।

Category