UB Photos October 20 / 2021 গুৱাহাটীৰ ৪৮ ঘণ্টা কাৰনে পেট্ৰল ডিপো বন্ধ ঘোষণা। উত্তৰ পূৱৰ পেট্ৰ'লিয়াম ডিলাৰ এছোচিয়েচনৰ গুৱাহাটীৰ শাখা বন্ধ ঘোষণা। ২২ অক্টোবৰ পৰা২৪ অক্টোবৰলৈ বন্ধ থাকিব পেট্ৰ'ল ডিপো। Category News Tags UB Photos Guwahati Northeast PetroliumNorth East India Petroleum Dealers Association Log in to post comments