পিতা-পুত্ৰই মিলি লুন্ঠন কৰিলে ৩৫০ কোটি! অৱশেষত কলকাতাত গ্ৰেপ্তাৰ অসমৰ দুই মাফিয়া...

GST

কলকাতাত গ্ৰেপ্তাৰ অসমৰ দুই মাফিয়াক
গুৱাহাটী মণ্ডলৰ GST ইণ্টেলিজেন্সৰ হাতত গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰ অংকিত চৌধুৰী আৰু শশী কুমাৰ চৌধুৰীক
গ্ৰেপ্তাৰ কৰি নিশাই গুৱাহাটীলৈ আনে দুই কুখ্যাত মাফিয়াক 
ইণ্ডিগ’ বিমানেৰে মাজনিশা লৈ আহে গুৱাহাটীলৈ
GSTৰ ফাঁকিৰে দুয়ো কলকাতাৰ পৰা চলাইছিল ছিণ্ডিকেট
বহু বছৰ ধৰি GSTৰ ছিণ্ডিকেট চলাইছিল পিতা-পুত্ৰই
পশ্চিমবংগৰ মাফিয়া ধীৰাজ ঘোষৰ সহযোগত চলাইছিল ছিণ্ডিকেট
ভুৱা নথিপত্ৰৰে বহু মূল্যৱান সামগ্ৰী কঢ়িওৱাৰ অভিযোগ
টাইলচ, চুপাৰি, পাণ মচলা, TMT লোৰ ৰডত GST ফাঁকি
পশ্চিমবংগ, অসম, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত চলাইছিল বেহা
বিহাৰ, দিল্লীতো GST ফাঁকিৰে চলাইছিল অবৈধ বেহা
বৃহস্পতিবাৰে কলকাতাত গ্ৰেপ্তাৰ দুই মাফিয়াক
৫০ৰো অধিক ভুৱা প্ৰতিষ্ঠানৰ নামেৰে ৩৫০ কোটিৰ লুণ্ঠন
গুৱাহাটী, কলকাতা, দিল্লীত চলিছিল GST ইণ্টেলিজেন্সৰ অভিযান
 

Category