
কাইলৈৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান
দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে বন্ধ উদ্যানখন
বাৰিষাৰ বাবেই বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান
অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব উদ্যানখন
চলিত বৰ্ষত ৰাজহ সংগ্ৰহ ৩ লাখ ৬৬ হাজাৰ
উদ্যানখনলৈ ২,৩০০ দেশী-বিদেশী পৰ্যটকৰ আগমন
তাৰে ভিতৰত বিদেশী পৰ্যটক আছিল ৪২ জন
উদ্যানখনত আছে ১২৫তকৈও অধিক এশিঙীয়া গঁড়
Category
- Log in to post comments