নুমলীগড় শোধনাগাৰৰ টেংকাৰ চালকৰ প্ৰতিবাদ...

protest

নুমলীগড় শোধনাগাৰৰ টেংকাৰ চালকৰ প্ৰতিবাদ

টেংকাৰ চালকৰ বিৰুদ্ধে তেল চুৰিৰ অভিযোগৰ বিৰোধিতা

সংবাদ মাধ্যমৰ প্ৰচাৰিত বাতৰিক ভুৱা আখ্যা

টেংকাৰ চালকৰ প্ৰতিবাদত অচল পৰিবহণ ব্যৱস্থা

বৃহৎ লোকচানৰ সন্মুখীন নুমলীগড় শোধানাগাৰ

NRLৰ  একাংশ সংগঠনৰ নেতা আৰু টেংকাৰ চালকসকলৰ বিৰূদ্ধে এটা সংবাদ মাধ্যমত তেল চুৰি সন্দৰ্ভত প্ৰচাৰ  হৈছিল এক  বাতৰি। সেই  বাতৰিৰ পিছতে জাঙুৰ  খাই উঠিছে  দল, সংগঠন আৰু  টেংকাৰৰ চালকসকল। প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ ভূৱা আৰু অপপ্ৰচাৰ বুলি দাবী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চালক সন্থাৰ। সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে সকলো তৈলজাত  সামগ্ৰীৰ সৰবৰাহ। যাৰ বাবে এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰ।

Category