কাইলৈ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ...

BYPOLL

কাইলৈ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ

অসমৰ ৫ বিধানসভা সমষ্টিত উপ নিৰ্বাচন

বিহালী, ছিদলী, ধলাই, চামগুৰি, বঙাইগাঁৱত হ’ব উপ নিৰ্বাচন

পুৱা ৭ বজাৰ পৰাই আৰম্ভ হ’ব ভোটদান প্ৰক্ৰিয়া

ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং-প্ৰিজাইডিং বিষয়াসকল

৫ সমষ্টিত ৩৮ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য

১,০৭৮টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

Category