যমুনামুখত চিকিৎসালয়ত তীব্ৰ উত্তেজনা
ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত
ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক
গুৰুতৰভাৱে আহত বাইক আৰোহী খুৰ্শিদ আহমেদ
যমুনামুখৰ বৰঝাৰী মাজগাঁৱত এই দুৰ্ঘটনা
চালক আব্দুৰ ৰছিদ ওৰফে মজনুক আটক
চিকিৎসালয়ত উত্তেজিতৰ চিকিৎসকক দুৰ্ব্যৱহাৰ
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
একাংশ ডাম্পাৰ চালকে প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই অ'ভাৰ লোডিং বালি ভৰ্তি ডাম্পাৰ চলোৱাৰ গুৰুতৰ অভিযোগ। হোজাইৰ বিয়াগোম পৰিবহন বিভাগটোৱে আজিকোপতি এই অঞ্চলটোত।
- Log in to post comments