১৬ দিনত ভৰি দিলে উত্তৰ কাশীৰ শ্ৰমিক উদ্ধাৰ অভিযান......

North

১৬ দিনত ভৰি দিলে উত্তৰ কাশীৰ শ্ৰমিক উদ্ধাৰ অভিযান

পুনৰ ৬-৭ দিনৰ প্ৰয়োজন হ’ব পাৰে উদ্ধাৰ অভিযানত

খনন চলাই থাকোঁতেই ভাঙিল আমেৰিকান অগাৰ মেচিনৰ ব্লেড

উদ্ধাৰ অভিযানৰ বাবে এতিয়া চলিব উলম্ব ড্ৰিলিং

ওপৰৰ পৰা ড্ৰিলিং কৰি টানেলত প্ৰৱেশৰ পৰিকল্পনা

শনিবাৰে ড্ৰিলিং মেচিনৰ ব্লেড ভাঙি যোৱাত অভিযানত বাধা

ভাৰ্টিকেল ড্ৰিলিং কৰিলে নতুন বিপদৰ আশংকা

অত্যন্ত বিপদসংকুল হ’ব ভাৰ্টিকেল ড্ৰিলিঙৰ অভিযান

সুৰংগৰ কাষত গাঁত খান্দিও শ্ৰমিক উদ্ধাৰৰ চিন্তা-চৰ্চা

উদ্ধাৰকাৰী দলৰ সুৰক্ষাৰ দিশতো আহি পৰিছে প্ৰত্যাহ্বান

Category