এতিয়াও মুকলি আকাশৰ তলত ৩৫ ৰাজপত্ৰিত APSC বিষয়া...

APSC scam...

২০১৩-১৪ বৰ্ষৰ APSC কেলেংকাৰি

এতিয়াও মুকলি আকাশৰ তলত ৩৫ ৰাজপত্ৰিত বিষয়া

৩৫ ৰাজপত্ৰিত বিষয়াক বিচাৰি SITৰ তীব্ৰ অভিযান

আত্মগোপন বহু অভিযুক্ত ACS, APS বিষয়াৰ

আয়োগৰ তালিকাত নাম সাঙোৰ খোৱা বিষয়াক SITৰ চমন

২৮ নৱেম্বৰৰ পৰা উপস্থিত হোৱাৰ নিৰ্দেশ SITত

২০১৪ৰ ১৪ বিষয়াকো তদন্তৰ আওতালৈ আনিব SITএ

 

উল্লেখ্য যে ২৮ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টি২০ খেলৰ বাবে কৰ্তব্যত ব্যস্ত থাকিব বহুসংখ্যক আৰক্ষীৰ উচ্চপদস্থ বিষয়া। সেয়েহে অপেক্ষা কৰিব লাগিব ২৮ নৱেম্বৰলৈ। খেলৰ পিছতেই বহু ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা।  

Category